তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক -
যদি n এটা মৌলিক সংখ্যা যাতে (n + 2)ও এটা মৌলিক সংখ্যা হয়, তেন্তে
S1: {n (n + 2) + 1} এটা পূর্ণ বৰ্গ সংখ্যা।
S2: n 3তকৈ ডাঙৰ হ'লে (2n + 2) 6ৰে বিভাজ্য।
ওপৰত দিয়া কোনটো বক্তব্য শুদ্ধ/শুদ্ধসমূহ?
1
কেৱল S1 শুদ্ধ।
2
কেৱল S2 শুদ্ধ।
3
S1 আৰু S2 দুয়োটা শুদ্ধ।
4
S1 আৰু S2 দুয়োটা অশুদ্ধ।