নির্দেশ: এই খণ্ডত প্ৰতিটো বাক্যতে এটা খালী ঠাই আছে আৰু প্ৰতিটো বাক্যৰ পাছত চাৰিটা বিকল্প দিয়া হৈছে। খালী ঠাই পূৰণ কৰিবলৈ সকলোতকৈ উপযুক্ত বিকল্পটো বাছি উলিওৱা।
এজন মানুহৰ শৰীৰ সুস্থ আৰু সবল ৰাখিবলৈ _________ পৰিমাণে পুষ্টি আৰু প্ৰটিনৰ প্ৰয়োজন হয়।
1
নিশ্চিত
2
সন্তুলিত
3
স্বাস্থ্যকৰ
4
সদৃশ